অগা-ভেটাঅগাই-বগাই
অগা-ভেটা লগা (Assamese) [ Roman: o.ga-bhe.ta lo.ga]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-23
English: confused, perplexed, puzzled,
Assamese: অগা-ভেটা লগা, উদ্বাউল, উদ্ভ্ৰান্ত, উদ্ভ্ৰান্তি, কণা-মুৰি, কিংকৰ্তব্যবিমূঢ়, কেণা লগা, দিক্-বিদিক শূন্য, দিহ-মোহ, বাট-ফেঁৰা লগা,
Bodo: गोनोगोथो,
Nepali: अकमक्क
অগা-ভেটা লগা (Assamese) [ Roman: o.ga-bhe.ta lo.ga]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-23
1. (Proper Adj.) unable to decide with uncertainty or doubt. অনিশ্চয়তা আৰু সন্দেহৰ বাবে সিদ্ধান্ত ল’বলৈ অপাৰগ।